ধাতু যোৱা ৰোগৰ ঘৰুৱা চিকিৎসা


ধাতু যোৱা ৰোগ 

By LGBTQ News Assam

 স্ত্ৰী নাইবা পুৰুষৰ লিংগৰে বগা বিজলুৱা পদাৰ্থ বাহিৰ হৈ থকা ৰোগকে ধাতু যোৱা ৰোগ বুলি কয়। এই ৰোগ হলে দুৰ্বল হয়, স্মৃতি শক্তি কমি আহে, খং বাঢ়ে, কাম কৰিবলৈ মন নকৰে, চিন্তা বাঢ়ে, খীণাই যায়।
এনে ৰোগ হলে শিশু গছৰ পাতৰ ৰস 50 গ্ৰাম মিচিৰিৰ সৈতে মিহলাই পুৱা খালি পেটত আৰু ৰাতি ভাত খোৱাৰ পাছত 15-20 দিন মান খালে সুফল পোৱা যায়।

Post a Comment

0 Comments