Milk Potato Recepie
সামগ্ৰীসমূহ :
• ৪ কাপ পাতলকৈ কাটি লোৱা আলু
• ৩ চামুচ মাখন
• ৩ চামুচ আটা
• আঢ়ৈ কাপ গাখীৰ
• ১ চামুচ নিমখ
• ১ dash cayenne pepper
• ১ কাপ grated sharp cheddar cheese
• আধা কাপ কুটি লোৱা পনিৰ, ওপৰত ছটিয়াবলৈ
নিৰ্দেশনা :
সৰু চচ পেনত মাখন গলি আটাত মিহলাই লওক। একমিনিটমান বহিবলৈ দিব।
ঠাণ্ডা গাখীৰত সকলোবোৰ দিব, লৰাই থাকিব। নিমখ আৰু কেয়নে দিব । মসৃণ আৰু উতলি থকালৈকে কম জুইত ৰান্ধিব, মাজে মাজে হুইস্কেৰে লৰাই থাকিব।
জুই কমাই পনীৰ দি লৰাই দিব।
এই মিশ্ৰণ আলুৰ পাতল কাটিলোৱা খিনিৰ ওপৰত লাহে লাহে ঢালি দি আধা ঘণ্টা থৈ দিয়ক। আলু আৰু চীজ চচৰ দ্বিতীয় তৰপ দিব পাৰে ইয়াৰ ওপৰত।
বাকী থকা পনিৰখিনি ওপৰত ছটিয়াই দিব। ৰঙৰ বাবে ওপৰত কিছু পেপৰিকা দিব। ৩৫০ ডিগ্ৰী ফাৰেনহাইটত প্ৰায় ১ ঘণ্টা ঢাকি নোপোৱাকৈ বেক কৰক। সিজিলে উলিয়াই আনি ঠাণ্ডা হবলৈ দিব আৰু শুকান ৰুটি বা পৰঠাৰ লগত খাব।
1 Comments
😋 Yammy
ReplyDelete