কেৰেলা জ্ঞান অৰ্থনীতি মিছনে মহিলা আৰু হিজড়া মহিলাসকলৰ বাবে চলচ্চিত্ৰ প্ৰযুক্তিৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে যাতে এই খণ্ডত তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি পায়।The Kerala Knowledge Economy Mission


কেৰেলা জ্ঞান অৰ্থনীতি মিছনে মহিলা আৰু হিজড়া মহিলাসকলৰ বাবে চলচ্চিত্ৰ প্ৰযুক্তিৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে যাতে এই খণ্ডত তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি পায়।

The Kerala Knowledge Economy Mission is launching a free training programme in film technology for women and transgender women to improve their employability in the sector.

By LGBTQ News Assam, 09/01/2024

কেৰেলা জ্ঞান অৰ্থনীতি মিছনে মহিলা আৰু হিজড়া মহিলাসকলৰ বাবে চলচ্চিত্ৰ প্ৰযুক্তিৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে যাতে এই খণ্ডত তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি পায়।

এই অভিযানে কেৰেলা ৰাজ্যিক চলিচিত্ৰ একাডেমীৰ সৈতে মিলি প্ৰডাকচন মেনেজমেণ্ট, লাইটিং, আৰ্ট এণ্ড ডিজাইন, কষ্টুম, মেকআপ, পোষ্ট-প্ৰডাকচন তত্বাৱধান, আৰু বিপণন আৰু প্ৰচাৰৰ ক্ষেত্ৰত এই কাৰ্যসূচী আগবঢ়াইছে।

নিৰ্বাচিত ব্যক্তিসকলক বিনামূলীয়া প্ৰশিক্ষণ, থকাৰ ব্যৱস্থাৰ লগতে ছমাহৰ বাবে ষ্টাইপেণ্ড দিয়া হ’ব।  নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰথম অৱস্থাত অৰিয়েণ্টেচন কৰ্মশালাৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব।  চৰ্টলিষ্ট কৰা প্ৰশিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ’ব।  প্ৰেছনোটত কোৱা হৈছে যে এই প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন কোম্পানীত চাকৰিৰ সুযোগ মুকলি হ’ব বুলি আশা কৰা হৈছে।

আবেদনৰ শেষ তাৰিখ ১৫ জানুৱাৰী।বিতংভাৱে জানিবলৈ
  info@knowledgemission.co.in যোগাযোগ কৰিব।

The Kerala Knowledge Economy Mission is launching a free training programme in film technology for women and transgender women to improve their employability in the sector.

The mission is joining hands with the Kerala State Chalachitra Academy to offer the programme in production management, lighting, art and design, costume, makeup, post-production supervision, and marketing and publicity.

Selected persons will be given free training, lodging as well as stipend for six months. The selected candidates will be initially exposed to an orientation workshop. The shortlisted trainees will be given free training. The pressnote said the training was expected to open up job opportunities in various companies.

The last date for applying is January 15. For details, visit info@knowledgemission.co.in.

Post a Comment

0 Comments