আপোনাৰ মৰম চেনেহৰ অবিহনে আধৰুৱা।
সেয়েহে আপোনাৰ সেৱাৰ বাবে প্ৰতিটো ক্ষণতে আছো।
"Assam Gay True Love"
এতিয়া হ'বলৈ গৈ আছে " LGBTQ NEWS ASSAM" যি অসমৰ প্ৰথমখন আৰু একমাত্ৰ
বাতৰি প্ৰদান কৰা Web Page বা সংবাদ মাধ্যম।
এই ৱেবছাইট আৰু পেজখনৰ জৰিয়তে আমি দিম LGBTQ সম্পৰ্কীয় বা-বাতৰি, স্বাস্থ্যৰ বাৰ্তা আৰু বহুতো। ৱেবছাইট ডিজাইন আৰু লিখনিবোৰ কেনে পালে জনাব।
আমি আগলৈ প্ৰতিযোগিতাৰো আয়োজন কৰিম।
আপোনাৰ বিনোদন আৰু সাধাৰণ জ্ঞানৰ বাবেও আমি ভাল সেৱা আগবঢ়াবলৈ চেষ্টা কৰিম লগতে যি সকলে সমকামী বিষয়ৰ গল্প, কবিতা নাইবা অন্যান্য লিখনি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিচাৰে তেনেহলে আমালৈ বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ৱেব প'ৰ্টেললৈ গৈ তাতে সকলো File পঠিয়াব পৰা ব্যৱস্থা আছে তালৈ গৈ আপোনাৰ লিখনি প্ৰেৰণ কৰিব পাৰে।
কিবা ভুল দৃষ্টিগোচৰ হ'লে অৱগত কৰিব।
সকলোৱে Share, Like, comments আৰু subscribe কৰিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।
Your love is incomplete without affection. That is why I am at your service every moment.
"Assam Gay True Love"
Now it is going to happen "LGBTQ NEWS ASSAM" which is the first and only one in
Assam News providing web page or news media. Through this website and page we will provide LGBTQ related news, health news and more. Let me know how you liked the website design and writing.
We will also organize competition in the future.
We will try to provide good services for your entertainment and general knowledge also those who want to publish gay stories, poetry or other articles on our website please message us or go to our web portal to send all files there Can do it.
Please inform if there is any wrong view. Everyone share, like, comment and subscribe. Many many thanks to all of you.
1 Comments
Very good 👍
ReplyDelete