মই সঞ্জয়, মোৰবয়স ২০ বছৰ।
মই উৰিষ্যাৰ (ৰাউৰকেলা) পৰা ।
বৰ্তমান মই বিএছচি (প্ৰাণীবিজ্ঞান) পঢ়ি আছোঁ।
যেতিয়া মই সপ্তম শ্ৰেণীত আছিলো, মই জানিব পাৰিছিলো যে মই আন ল'ৰাতকৈ পৃথক। বন্ধুসকলে ছোৱালী জোকায় , প্ৰেম কৰাৰ বাবে ব্যৱহাৰ কৰে। মই তেওঁলোকক অনুসৰণ কৰা নাছিলো। মই এইবোৰ কেতিয়াও কৰিবলৈ নাযাওঁ। কাৰণ মই ছোৱালী ভাল নাপাওঁ।
কিন্তু জীৱনত এজনী ছোৱালীয়ে মোৰ প্ৰতি আকৰ্ষিত হৈছিল। মই তাইক মোৰ জীৱনৰ কথা কৈ দিছিলোঁ। এজন সমকামী ল'ৰা হোৱাৰ বাবে মোক মোৰ বন্ধু আৰু আত্মীয়সকলে অপমান কৰিছিল যিয়ে মোক বহুত আঘাত কৰিছিল। মোৰ নিৰ্দোষতাৰ বাবেও মোক অপমান কৰা হৈছিল আৰু জোকাইছিল।
এই সকলোবোৰে পিছত মোক শক্তিশালী কৰি তুলিছিল আৰু এতিয়া মই আনক গুৰুত্ব নিদিওঁ... মই অনুভৱ কৰিছিলো যে মই সমকামী আৰু ইয়াক সম্পূৰ্ণ হৃদয়েৰে গ্ৰহণ কৰিছিলো।
আৰু এতিয়া মোৰ ৰাজকুমাৰৰ বাবে অপেক্ষা কৰি আছোঁ যিয়ে মোক চৰ্তহীনভাৱে ভাল পাব আৰু জীৱনজুৰি মোৰ সৈতে কাষত থাকিব।
প্ৰতাৰণা মই বেয়া পাওঁ। মোৰ জীৱনলৈ এজন ভাল গুণৰ সমকামী পুৰুষ অহাৰ বাবে বাট চাই আছো।
মই কেৱল গে বিলাকক অত্যাচাৰ নকৰাতো বিচাৰো, কাকো প্ৰতাৰণা নকৰাকৈ, আনক বেয়া মন্তব্য কৰাৰ আগতে এবাৰ ভাবি চাওঁক ।
মোৰ এই লিখনি আপোনালোক সকলোকে পঢ়াৰ বাবে ধন্যবাদ।
I am Sanjay, I am 20 years old.
I am from Orissa (Rourkela).
I am reading BSc (Zoology).
When I was in seventh grade, I learned that I was different from other boys. Friends tease girls , use them to make love. I did not follow them. I am never going to do these things. Because I don't like girls.
But one girl in my life was attracted to me. I told her about my life. Being a gay guy I was humiliated by my friends and relatives which hurt me a lot. I was also insulted and teased for my innocence.
All this made me stronger afterwards and now I don’t care about others… I felt I was gay and accepted it wholeheartedly.
And now I am waiting for my prince who will love me unconditionally and be by my side for the rest of my life.
I hate cheating. I am looking forward to a good quality gay man coming into my life.
I just want you not to torture gays, not to cheat anyone, think before you make bad comments to others.
Thank you all for reading this article.
1 Comments
Hi lov u
ReplyDelete