Language Selection
Showing posts with the label সমকামিতাৰ-পৰিচয়Show all
অসমৰ ওদালগুৰি টংলাৰ মুকলিকৈ স্বীকাৰ কৰা এজন সমকামী ৰাতুলৰ জীৱন কাহিনী।
কাশ্মীৰৰ এজন সমকামী লিখকৰ মনৰ কথা।তৃতীয় লিংগৰ ওপৰত সমাজৰ অত্যাচাৰ।
পুৰুষৰ পৰা নাৰীলৈ ৰূপান্তৰ হোৱা এগৰাকী ফেশ্বন ডিজাইনাৰ । তাই কয় :  সামাজিক এপত ট্ৰেন্সউমেন হোৱাৰ কথা উল্লেখ কৰাটো এটা ভয়ংকৰ।
সমকামী বুলি নিশ্চিত কৰা অস্ত্ৰোপচাৰ কৰিবলৈ সংগ্ৰাম কৰি থকা ট্ৰেন্স মেন কৃষ্ণ সিঙৰ জীৱনৰ এটা দিন। তেওঁৰ শৰীৰ নাৰী কিন্তু আত্মা এজন পুৰুষ হয়।
মোৰ নাম ইউলিয়ান এডুয়াৰ্ডো জেইমছ কেৰেৰো, মোৰ বয়স ১৮ বছৰ আৰু মই ভেনিজুৱেলাৰ, মই সমকামী আৰু সাহসী।
গৌৰভে সমকামিতাৰ পৰিচয় দিলে।
"মোৰ খুলশালীৰ সৈতে ১১ বছৰ বয়সৰ পৰা ৪/৫ বছৰলৈ যৌন সম্পৰ্কত আছিলো। মোৰ প্ৰেম হৈছিল তাৰ প্ৰতি। কিন্তু সি মানি নলʼলে। সেয়া হেনো ইনজয় হে" : সমকামী ধনঞ্জয়ৰ এক গোপন সম্পৰ্কৰ কাহিনী।