Showing posts from June, 2023Show all
আন্নু মালভিয়াক লগ কৰক, এগৰাকী ট্ৰেন্স মহিলাই শূন্যতাৰ পৰাই নিজৰ সপোনৰ জীৱন গঢ়ি তুলিছে।অভিনয় জগতত খোজ দিয়ে।
এটা সমকামী দম্পতী যোগী আৰু কবীৰৰ প্ৰেম কাহিনী।
আমি আশাৰ জৰিয়তে একেলগে বান্ধ খাই আছো': হৰিশ আয়েৰে ভাৰতীয় কুইয়াৰ সম্প্ৰদায়ৰ বান্ধোনৰ বিষয়ে কয়
গে সমকামী আৰু বাইচেক্সুৱেল সকলে বেচিকৈ অসুৰক্ষিত আৰু মুক্ত যৌন সম্পৰ্ক কৰি ফুৰে বুলি সমকামী এপ সমূহৰ পৰা তথ্য প্ৰকাশ।
মিছ ডিভাৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ মহিলা অংশ গ্ৰহণকাৰী আৰু বিজয়ী পুৰুষৰ পৰা নাৰীলৈ ৰূপান্তৰ হোৱা দিপাঞ্জলি ছেত্ৰীৰ সৈতে কিছু বাৰ্তালাপ।
সমকামীএ মানসিক স্বাস্থ্য গঢ়ি তোলক। মাদক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰক। এই সম্প্ৰদায়ৰ উন্নতিৰ বাবে এক সুন্দৰ আৰু সুস্থ পৰিৱেশ গঢ়ো আহক।
ট্ৰেন্সজেণ্ডাৰ ইণ্ডিয়াই আৰম্ভ কৰিলে ট্ৰেঞ্জিচনৰ ওপৰত এক অতি প্ৰয়োজনীয় অনলাইন পাঠ্যক্ৰম
নাৰীৰ পৰা পুৰুষলৈ ৰূপান্তৰ হ'ব খোজা টেন্সজেণ্ডাৰ মেন সকলে কিয় পিন্ধে বুকুৰ বাইণ্ডাৰ? জানিবলৈ পঢ়িব লগতে এই ব্যৱসায়ৰ লগত জড়িত থকা দুজন ব্যক্তিৰ মনৰ কথা।
গুৱাহাটীস্থিত সমকামী মহন্তৰ মনৰ কথা।
কুইৰ বিউটি কণ্টেণ্ট সৃষ্টিকৰ্তা ৰাহিল চৈয়দে তেওঁৰ জীৱনৰ কথা আমাক জনায় । তেওঁ কয়, 'মোৰ দেউতাই মোৰ সৈতে ৫ বছৰতকৈও অধিক সময় ধৰি কথা পতা নাছিল' । সাক্ষাৎকাৰ
ভাৰতৰ প্ৰথম মিছ ট্ৰেন্সজেণ্ডাৰ কুইনে  উৎপীড়নৰ ওপৰত জয় লাভ কৰি নিজৰ জীৱন উজলাই তুলিলে তাৰে এক আলোচনা।
Sudeb Suvana এগৰাকী ট্ৰেন্সজেণ্ডাৰ : যি ট্ৰেন্সজেণ্ডাৰ সুৰক্ষা কৰ্মী
 "সমকামী বিবাহ স্বীকৃতি নিদিলে  সমলিংগ দম্পতীয়ে দৈনিক সন্মুখীন হোৱা বৈষম্য আঁতৰ নহব। সমকামী বিবাহক  বৈধ কৰাৰ প্ৰয়োজন আছে।"  মণিপুৰী চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়কান্ত লাইশ্ৰামৰ সৈতে সাক্ষাৎকাৰ।